Advait IAS is an academy for aspirants where coaching meets excellence. It elevates one’s preparation for Assam government exams with experienced & trusted faculty. They assist the students prepare for APSC/UPSC and other competitive government examinations. Advait’s expertise in this particular arena conglomerated with its profound analysis of the courses/subjects enables it to achieve a good success rate when it comes to nurturing a student and making him/her thoroughly prepared.
When it comes to preparing aspirants for APSC examination, Advait IAS sparks an educational revolution wherein the empowered young people receive value-added quality education, and a more effective learning methodology to collaborate and improve their quality of life, thereby raising themselves to create a better world.
Advait IAS এনে এক প্ৰতিষ্ঠান, য’ত অভিজ্ঞ আৰু বিশ্বাসযোগ্য প্ৰশিক্ষকৰদ্বাৰা অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা পৰীক্ষাৰ বাবে আকাংক্ষিত পৰীক্ষাৰ্থীসকলক উৎকৃষ্ট মানদণ্ডৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। Advait IAS -এ নৈপুণ্যতাৰে এগৰাকী পৰীক্ষাৰ্থীক পাঠ্যক্ৰম আৰু বিষয়সমূহৰ গভীৰ বিশ্লেষণৰদ্বাৰা বিষয়বস্তু আয়ত্ব কৰাত সহায় কৰাৰ লগতে পৰীক্ষাৰ প্ৰস্তুতি সম্পন্ন কৰি সফলতা লাভ কৰাৰ ক্ষেত্ৰত অৰিহণা আগবঢ়ায়। এপিএছচি পৰীক্ষা প্ৰস্তুতিৰ ক্ষেত্ৰত Advait IAS -এ এক শৈক্ষিক বিপ্লৱৰ সূচনা কৰিছে, য’ত যুৱপ্ৰজন্মই মূল্য সংযোজিত গুণগত শিক্ষা লাভ কৰে। এই প্ৰতিষ্ঠানে অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক আৰু মূখ্য পৰীক্ষাৰ প্ৰস্তুতিৰ উপযোগীকৈ অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে পাঠ্যক্ৰম প্ৰদান কৰে। লগতে ইয়াত পাঠ্যক্ৰম অনুসৰি বিভিন্ন বিষয়ৰ উন্নত মানদণ্ডৰ পাঠ্যপুথি অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে উপলব্ধ।